পঞ্চায়ত নিৰ্বাচন ড্ৰ’!

পঞ্চায়ত নিৰ্বাচন ড্ৰ’!
  • পঞ্চায়ত নিৰ্বাচনত সংঘটিত হৈছে এক আমোদজনক ঘটনা।
  • খনিকৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ পদৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত।
  • ভোটগণনাৰ অন্তত দুই জন প্ৰাৰ্থীয়ে লাভ কৰিলে সমান সমান ভোট।
  • এতিয়া সিদ্ধান্ত ল'ব পৰা নাই নিৰ্বাচনী বিষয়াই।
  • কোন জন প্ৰাৰ্থীক ঘোষণা কৰিব বিজয় ৰূপে।
  • সেয়েহে এই গাঁও পঞ্চায়তৰ সদস্য পদৰ ফলাফল ঘোষণা কৰা নাই নিৰ্বাচনী বিষয়াই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in