New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/8df86bff-5dad-4d7f-8f59-05040ddd67e8.jpg)
- পঞ্চায়ত নিৰ্বাচনত সংঘটিত হৈছে এক আমোদজনক ঘটনা।
- খনিকৰ গাঁও পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ পদৰ বাবে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছিল বিজেপি আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত।
- ভোটগণনাৰ অন্তত দুই জন প্ৰাৰ্থীয়ে লাভ কৰিলে সমান সমান ভোট।
- এতিয়া সিদ্ধান্ত ল'ব পৰা নাই নিৰ্বাচনী বিষয়াই।
- কোন জন প্ৰাৰ্থীক ঘোষণা কৰিব বিজয় ৰূপে।
- সেয়েহে এই গাঁও পঞ্চায়তৰ সদস্য পদৰ ফলাফল ঘোষণা কৰা নাই নিৰ্বাচনী বিষয়াই।