ফাইল ফটো
Published on:
Updated on:
- পল্লৱলোচন দাসৰ বিৰুদ্ধে সৰৱ আদিবাসী ছাত্ৰ সন্থা।
- প্ৰতিবাদ সাব্যস্ত কৰিলে আদিবাসী ছাত্ৰ সন্থাৰ সদস্যসকলে।
- ঢেকিয়াজুলিত পল্লৱলোচন দাসৰ পুত্তলিকা দাহ প্ৰতিবাদকাৰীৰ।
- জুলিয়া চাহ বাগিচাত আদিবাসী ছাত্ৰ সন্থাই দাহ কৰিলে পুত্তলিকা।
- পল্লৱলোচন দাসক তেজপিয়া আখ্যা আদিবাসী ছাত্ৰ সন্থাৰ।
- চাহ শ্ৰমিকক গুৰুত্ব নিদিয়াৰ অভিযোগ প্ৰতিবাদী শ্ৰমিকৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in