Published on:
Updated on:
- পলাশবাৰীস্থিত বিজেপি কাৰ্যালয়ত প্ৰতিবাদ।
- কাৰ্যালয়ৰ বেনাৰ-পোষ্টাৰসমূহ ভাঙি লণ্ড-ভণ্ড কৰে প্ৰতিবাদকাৰীয়ে।
- বিজেপি চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত।
- প্ৰতিবাদকাৰীয়ে জ্বলাই দিছে অমিত শ্বাহৰ পোষ্টাৰ।
- কেবাজনো প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে।
- 'তেজ দিম লাগিলে, বিধেয়ক মানি নলওঁ' শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত।
- 'নিৰ্লজ্জ বিধায়ক প্ৰণৱ কলিতাই পদত্যাগ কৰক' বুলি দাবী প্ৰতিবাদকাৰীৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in