/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/57593c9e-9194-40fe-bf5c-9300f60768c3/pic_eimuhurtor_khobor_copy.jpg)
দিছপুৰ আৰক্ষীৰ জালত অনলাইন প্রৱঞ্চক চক্র ।
পইচা দুগুণ কৰাৰ নামত অনলাইন প্রৱঞ্চনা ।
মধ্যপ্রদেশৰ দম্পতীক অনলাইনযোগে সংযুক্ত কৰি প্রৱঞ্চনা ।
নিশা প্রৱঞ্চক দলটোৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীৰ অভিযান ।
৪ চকীয়া বাহনসহ ছাইফুল ইছলাম, পি আৰ হুছেইন নামৰ দুজনক গ্রেপ্তাৰ ।
নকল টকা বনোৱা মেচিনসহ ৫০০ টকীয়া নোটৰ দুটা বাণ্ডিল জব্দ ।
AS-01 JC 9939 নম্বৰৰ বাহনত চলিছিল ধনৰ লেনদেন ।
বৃদ্ধ দম্পতীকো সোধাপোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।