অসমৰ আৰু এজনৰ দেহত কোৰোনা, ২৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

অসমৰ আৰু এজনৰ দেহত কোৰোনা, ২৪ জনলৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
  • পুনৰ অসমত এগৰাকী লোক কোৰোনাত আক্ৰান্ত হৈছে।
  • লোকজনৰ ঘৰ গোলাঘাটত।
  • স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে।
  • গোলাঘাটৰ লোকজন গৈছিল নিজামুদ্দিন মাৰ্কাজলৈ।
  • এতিয়ালৈকে অসমত মুঠ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৪ গৰাকীলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in