অসম মুখ্য-পৃষ্ঠা ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত এজনৰ মৃত্যু… ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত এজনৰ মৃত্যু… asomiyapratidin 02 Nov 2020 22:34 IST Follow UsNew Updateআকৌ কোৰোনাত আক্ৰান্ত এজন লোকৰ মৃত্যু।মৃত্যু হোৱা লোকজনৰ হোজাইৰ মুনন্দ্ৰ ব্ৰহ্ম বুলি চিনাক্ত।ৰাজ্যত এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৯৩২জনলৈ পাইছে বৃদ্ধি।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক