New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/agrani-batory-4.jpg)
- টকিঅ' অলিম্পিকৰ একাদশ দিনটোত পদক তালিকাৰ শীৰ্ষত আছে চীন।
- ২৯ টা স্বৰ্ণ, ১৭ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে চীনে।
- পদক তালিকাৰ দ্বিতীয় স্থানত আছে আমেৰিকা।
- আমেৰিকাই ২২ টা সোণ,২৫ টা ৰূপ আৰু ১৭ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।
- তৃতীয় স্থানত আছে জাপান।
- জাপানে ১৭ টা সোণ, ৬ টা ৰূপ আৰু ১০ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।
- আনহাতে ভাৰতে এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে ৬২ নং স্থানত আছে।
- ভাৰতৰ সৈতে একেটা স্থানতে আছে কেনিয়া, পৰ্টুগাল, ছান মেৰিনো আৰু উগাণ্ডা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us