New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/oil-tanker-numaligarh.jpg)
- নুমলীগড়ৰ দৈগ্ৰোঙ পাতকটীয়াত অবৈধ চোৰাং তেলৰ ঘাটিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
- অভিযানত উৎখাত অবৈধ চোৰাং তেলৰ ঘাটি।
- এজন লোকৰ ঘৰত টেংকাৰৰ পৰা তেল উলিয়াই থাকোতে পোহৰলৈ আহে এই ঘটনা।
- জ্যোতি গগৈ নামৰ এজন লোকৰ ঘৰত তেল উলিয়াই আছিল টেংকাৰখনে।
- টেংকাৰখনৰ নম্বৰ এএছ২৫-ডিচি-১৬০৯।
- টেংকাৰসহ আৰক্ষীয়ে হাতে-লোটে জব্দ কৰে বৃহৎ পৰিমাণৰ তেল।
- ইফালে আটক কৰা হয় টেংকাৰখনৰ চালকক।
- উল্লেখ্য যে, আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।