কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক নিলম্বন...

কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক নিলম্বন...
  • চৰাইদেউৰ কাকতিবাৰী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াক নিলম্বন

  • নিলম্বিত আৰক্ষী বিষয়াগৰাকী শৰৎ শইকীয়া

  • কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন

  • শনিবাৰে জাপিধৰাত এগৰাকী ছাত্রীক আক্রমণ কৰিছিল দুৰ্বৃত্তই

  • ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হৈছিল আৰক্ষী

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in