নুমলীগড়ৰ দৈগ্ৰোঙত দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাংবাদিক অমূল্য দত্ত…

নুমলীগড়ৰ দৈগ্ৰোঙত দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাংবাদিক অমূল্য দত্ত…

author-image
asomiyapratidin
New Update
নুমলীগড়ৰ দৈগ্ৰোঙত দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাংবাদিক অমূল্য দত্ত…

  • নুমলীগড়ৰ দৈগ্ৰোঙত দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাংবাদিক অমূল্য দত্ত।
  • তীব্ৰবেগী ডাম্পাৰে পাছফালৰ পৰা খুন্দিয়াইছিল দত্তক।
  • পুৱা বাতৰি সংগ্ৰহ কৰি উভতি যোৱাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • যোৰহাটৰ হাস্পতালত মৃত ঘোষণা দত্তক।
  • ডাম্পাৰৰ খুন্দাত মূৰত গুৰুতৰভাৱে আঘাত পাইছিল দত্তই ।
  • অমূল্য দত্ত হৈছে অসমৰ ব্যক্তিগত ইলেক্টনিক মাধ্যম 'প্ৰাগ নিউজ'ৰ নুমলীগড়ৰ সাংবাদিক।
  • সাংবাদিক দত্তৰ মৃত্যুত নুমলীগড়ত শোকৰ ছাঁ।
  • বহুবছৰ ধৰি সাংবাদিকতাৰ সৈতে জড়িত আছিল প্ৰয়াত দত্ত।
  • মৃত্যুৰ সময়ত পত্নীসহ দুগৰাকী কন্যা সন্তান এৰি থৈ যায় দত্তই ।