সুৰাসক্ত চালক! নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰিল ব'লব’মৰ ভক্তক কঢ়িয়াই নিয়া বাহন

নুমলীগড়ৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা । নিয়ন্ত্রণ হেৰুৱাই পথত বাগৰিল বোল ব’মৰ ভক্তক কঢ়িয়াই নিয়া বাহন।

author-image
Asomiya Pratidin
New Update
কাকপথাৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ধ্রুৱজ্যোতি ডেকাৰ

ROAD ACCIDENT

  • নুমলীগড়ৰ ৩৯নং ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনা ।

  • নিয়ন্ত্রণ হেৰুৱাই পথত বাগৰিল বোল ব’মৰ ভক্তক কঢ়িয়াই নিয়া বাহন।

  • দুৰ্ঘটনাত আহত বোল ব’মলৈ যোৱা ১৫ জন ভক্ত।

  • সোমবাৰে সংঘটিত এই পথ দুৰ্ঘটনা।

  • নুমলীগড়ৰ বাবা থানাৰ পৰা পোৰাবাংলাৰ অভিমুখে আহিছিল বাহনখন।

  • আহতসকলৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক।

  • চালকৰ বিৰুদ্ধে সুৰা সেৱন কৰি গাড়ী চলোৱাৰ অভিযোগ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।