Published on :
Updated on :
- গোলাঘাটৰ নুমলীগড়ত পুৱাই শোকাৱহ ঘটনা।
- নুমলীগড় ধাবাৰ সন্মুখত এখন হোণ্ডা গাড়ী পতিত হয় দুৰ্ঘটনাত।
- গাড়ীখনে খুন্দা মাৰে গছত।
- দুৰ্ঘটনাৰ পিছতে জ্বলি যায় গাড়ীখন।
- দুৰ্ঘটনাৰ পিছতে অগ্নিদগ্ধ হৈ মৃত্যু হয় এজনৰ, ইফালে আন দুজন লোকো অগ্নিদগ্ধ হয়।
- মৃত লোকজন মাজুলীৰ প্ৰাঞ্জল বৰা বুলি চিনাক্ত।
- আহত লোক দুজনৰ এজন শিৱসাগৰৰ হীৰকজ্যোতি তামুলী।
- আহত আনজন লোক যোৰহাটৰ প্ৰাঞ্জল বৰা।
- ইফালে গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা লোক ২জনক প্ৰেৰণ জিএমচিএইছলৈ।
Asomiya Pratidin
www.asomiyapratidin.in