অসমবাসীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে! বিক্ৰী নহয় এন আৰ এল…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমবাসীৰ প্ৰতিবাদৰ ওচৰত সেও মানিলে কেন্দ্ৰীয় চৰকাৰে।
  • বিক্ৰী নহয় নুমলীগড় তেল শোধনাগাৰ।
  • কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে সিদ্ধান্ত।
  • কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় কেবিনেটত নুমলীগড় তেল শোধনাগাৰ বিক্ৰী নকৰাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।
  • তেল শোধনাগাৰটো বিক্ৰী কৰাৰ কথা ওলোৱাৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ হৈছিল।
  • ইফালে নীপকো, বিপিচিএল বিক্ৰী হ'ব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in