Published on:
Updated on:
- লোকসভা নিৰ্বাচনৰ পূৰ্বে তৎপৰ হৈছে সকলো ৰাজনৈতিক দল।
- দেওবাৰে নিশা হঠাৎ সংবাদমেল সম্বোধন এনপিপিৰ।
- গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত সংবাদমেল সম্বোধন কৰে দলটোৱে।
- এনপিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিবেক ৱাংখেমে সম্বোধন কৰে এই সংবাদমেলখন।
- ইফালে সংবাদমেলত উপস্থিত থাকে ৰাজ্যৰ ছাত্ৰ সংগঠনৰ নেতাও।
- অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস উপস্থিত থাকে এই সংবাদমেলত।
- সংবাদমেলত এনপিপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিবেক ৱাংখেমৰ ঘোষণা, 'শীঘ্ৰে আন সমষ্টিতো ঘোষণা কৰা হ'ব প্ৰাৰ্থীৰ নাম'।
- 'অনুসূচিত জাতি যুৱ পৰিষদে এনপিপিক জনাইছে সমৰ্থন।'
- নাগৰিকত্ব সংশোধনী বিধেয়কক লৈও মন্তব্য এনপিপিৰ।
- এনপিপিৰ মন্তব্য, 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে আমি থিয় হৈছিলো।'
- 'বিজেপি, অগপ আৰু বিপিএফে ইয়াৰ সমৰ্থন কৰিছিল।'
- ইফালে সংবাদমেলত অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ মন্তব্য, 'এনপিপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বলিষ্ঠ ভূমিকা ল'লে সেয়ে আমি সমৰ্থন জনাইছোঁ।'
- 'ডিব্ৰুগড়ত এনপিপিৰ প্ৰাৰ্থী ভৱেন বৰুৱাক সমৰ্থন কৰিছোঁ।'
Code:
Asomiya Pratidin
www.asomiyapratidin.in