New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6d9bf233-9662-455a-a8a2-070d66d84bb8/iio.jpg)
গহপুৰত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান।
গহপুৰ ৰাজহ চক্রৰ লাট মণ্ডল নৌচাদ আলীক গ্রেপ্তাৰ।
সোমবাৰে গ্ৰেপ্তাৰ কৰে তদাৰকী কোষে।
ঘোচ লৈ হাতে-লোটে গ্রেপ্তাৰ হ’ল লাট মণ্ডলজন।
মাটিৰ কামৰ নামত ধন লৈছিল লাট মণ্ডল নৌচাদ ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।