New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/Amit_Shah_650_1.jpg)
- আজি অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ
- ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে অসমৰ লগতে উত্তৰ-পূবৰ কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
- দিনৰ ২ বজাত জাগীৰোডৰ আঁহতগুৰি ম'হযুঁজ পথাৰত এক জনসভাক সম্বোধন কৰিব বিজেপি সভাপতিগৰাকীয়ে।
- তাৰ পূৰ্বে অৰুণাচল প্ৰদেশ আৰু মণিপুৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব অমিত শ্বাহে।
- পুৱা ৯ বজাত অৰুণাচল প্ৰদেশৰ বৰডুমচাৰ জেনেৰেল ফিল্ডত অংশ ল'ব এক সভাত।
- তাৰ পিছত ১১.৩০ বজাত মণিপুৰৰ ৱাংজিঙৰ কদমপকপি খেলপথাৰত বিশাল জনসভাক সম্বোধন কৰিব অমিত শ্বাহে।