Published on:
Updated on:
- উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বালি চৰত সংঘটিত হৈছে অঘটন।
- ডাম্পাৰৰ চেপাত মৃত্যু যুৱকৰ।
- বালি খান্দি থকা সময়তে ডাম্পাৰৰ সৈতে পৰি যায় এজন যুৱক।
- ২০ ফুট দ খাৱৈত ডাম্পাৰৰ সৈতে যুৱকজন পৰি যোৱাৰ পিছতে নিহত হয়।
- যুৱকজন উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ সুমন দাস(২২)।
- নিশা সেই স্থানত কোনো নথকাৰ বাবে তেনেকৈয়ে পৰি ৰয় যুৱকজন।
- পুৱাহে একাংশ লোকে তেওঁক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in