উত্তৰ পূব পেকড এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েশ্বনৰ ধৰ্মঘটঃ আবদ্ধ ৰন্ধন গেছ কঢ়িওৱা বাহন…

উত্তৰ পূব পেকড এল পি জি ট্ৰেন্সপ’ৰ্টাৰ এছ’চিয়েশ্বনৰ ধৰ্মঘটঃ আবদ্ধ ৰন্ধন গেছ কঢ়িওৱা বাহন…
  • অব্যাহত আছে উত্তৰ-পূব PACKED LPG ট্রেন্সপ'ৰ্টাৰ এছ'চিয়েশ্বনৰ ধৰ্মঘট।
  • সংগঠনটোৰ ধৰ্মঘটৰ ফলত ৰন্ধন গেছৰ নাটনি হোৱাৰ সম্ভাৱনা।
  • সংগঠনটোৰ ধৰ্মঘটৰ ফলত অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব গেছ প্রকল্পৰ পৰিবহণ সেৱা।
  • ৭টাকৈ ৰন্ধন গেছ প্রকল্পৰ পৰিবহণ সেৱা বন্ধ থাকিব।
  • ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড কৰ্তৃপক্ষই থলুৱা ট্রেন্সপ'ৰ্টাৰক প্রৱঞ্চনা কৰাৰ প্রতিবাদত এই ধৰ্মঘট।
  • ধৰ্মঘটৰ ফলত বন্ধ থাকিব উত্তৰ গুৱাহাটী, সৰপাৰা মিৰ্জাৰ বটলিং প্লাণ্ট।
  • একেদৰে বন্ধ থাকিব গোপানাৰী, বঙাইগাঁও, ডিমাপুৰ, শিলচৰৰ বটলিং প্লাণ্ট।
  • বন্ধ থাকিব দুলীয়াজান বটলিং প্লাণ্টৰ সম্পূৰ্ণ পৰিবহণ সেৱা।
  • পৰিবহণ বন্ধৰ ফলত বটলিং প্লান্টত আবদ্ধ হৈ পৰিছে কেইবাখনো ৰন্ধন গেছ কঢ়িওৱা বাহন।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in