New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/5ab87155-909e-49f9-a8ce-a3b39c030bca/accident_7.jpg)
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন. road accident
নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা।
বুধবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।
এখন ট্রাকে মহটিয়াই নিলে স্কুটী আৰোহীক।
দুৰ্ঘটনাত থিতাতে নিহত স্কুটী আৰোহী।
এতিয়ালৈকে চিনাক্ত হোৱা নাই নিহত আৰোহীজন।