নুনমাটিৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল এজনৰ, হোৱা নাই চিনাক্ত

নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা।
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.
মুকলমুৱাত পথ দুৰ্ঘটনাঃ নিহত এজন, আহত ৫ জন.road accident
  • নুনমাটিৰ অসম জাতীয় বিদ্যালয়ৰ সমীপত পথ দুৰ্ঘটনা।

  • বুধবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

  • এখন ট্রাকে মহটিয়াই নিলে স্কুটী আৰোহীক।

  • দুৰ্ঘটনাত থিতাতে নিহত স্কুটী আৰোহী।

  • এতিয়ালৈকে চিনাক্ত হোৱা নাই নিহত আৰোহীজন।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in