নগাঁৱৰ যুক্তালৈ যোগ সম্ৰাজ্ঞী সন্মান..

নগাঁৱৰ যুক্তালৈ যোগ সম্ৰাজ্ঞী সন্মান..

author-image
asomiyapratidin
New Update
নগাঁৱৰ যুক্তালৈ যোগ সম্ৰাজ্ঞী সন্মান..

ডিজিটেল সংবাদ নগাওঁঃ আন্তঃজিলা যোগাসন প্ৰতিযোগিতাত নগাঁৱৰ যুক্তা বৰাই যোগ সম্ৰাজ্ঞী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। অসম যোগাসন স্প'ৰ্টছ এচ'ছিয়েশ্বনে ডিব্ৰুড়ত অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনl যুক্তা বৰাই যোগ সম্ৰাজ্ঞী সন্মানৰ লগতে চিনিয়ৰ ছোৱালী শাখাত প্ৰথাম স্থান লাভ কৰিছে।

Advertisment

ইয়াৰ বাহিৰেও প্ৰতিযোগিতাখনত নগাঁৱৰ পৰা অংশ গ্ৰহণ কৰা অস্মিতা দাস, অৰ্ঘজ্যোতি বৰা, অমন বিশ্বাস, মিতালী শৰ্মা, ৰাজশ্ৰী শৰ্মা, ধৰ্মেন্দ্ৰ সিঙে বিভিন্ন শাখাত যোগ্যতা অৰ্জন কৰে।