Published on:
Updated on:
- অয়োধ্যা বিবাদমান গোচৰৰ সন্দৰ্ভত ফেচবুকত নকৰিব কোনো বিতৰ্কিত মন্তব্য।
- ছ'চিয়েল মিডিয়াত কোনো লোকে এই গোচৰৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিলে আৰক্ষীয়ে ল'ব কঠোৰ ব্যৱস্থা।
- ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত কোনো আপত্তিজনক মন্তব্য কৰিলে হ'ব গ্ৰেপ্তাৰ।
- দেশৰ বিভিন্ন প্ৰান্তৰ লগতে এই সন্দৰ্ভত চোকা নজৰ ৰাখিছে অসম আৰক্ষীয়েও।
Code:
Asomiya Pratidin
www.asomiyapratidin.in