নামনি সোৱণশিৰি বান্ধত উত্তেজনাঃ শ্ৰমিকে জ্বলাই দিলে কণ্টেইনাৰ…

নামনি সোৱণশিৰি বান্ধত উত্তেজনাঃ শ্ৰমিকে জ্বলাই দিলে কণ্টেইনাৰ…

author-image
asomiyapratidin
New Update
গছ কটা কাৰ্যক বাধা দিয়া বন বিষয়ালৈ গুলী অৰুণাচলী দুৰ্বৃত্তৰ…

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই নামনি সোৱণশিৰি প্ৰকল্পত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। প্ৰকল্পত নিয়োজিত শ্ৰমিকে কণ্টেইনাৰ বাহন জ্বলাই দিয়াৰ দৰে ঘটনা সংঘটিত হৈছে প্ৰকল্পস্থলিত। এন এইছ পি চিৰ মূল বান্ধত সৃষ্টি হৈছে এই উত্তেজনাপূৰ্ণ পৰিস্থিতি।

উল্লেখ্য যে, শ্ৰমিকসকলে যিখন কণ্টেইনাৰ জ্বলাই দিছে সেই কণ্টেইনাৰখনত একাংশ শ্ৰমিকো আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে।