New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/01/agrani-batory.jpg)
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিষয়া স্বপ্নদীপ গগৈক গ্রেপ্তাৰ ।
- উৎকোচ লৈ থাকোতে হাতে-লোটে গ্রেপ্তাৰ কৰে বিষয়াগৰাকীক ।
- ঠিকাদাৰৰ বিল পাছ কৰাৰ বাবে উৎকোচ লৈছিল বিষয়াজনে ।
- চিবিআইয়ে গ্রেপ্তাৰ কৰে বিষয়া স্বপ্নদীপ গগৈক ।
- বিষয়াজনৰ পৰা জব্দ লক্ষাধিক টকা সহ উকা চেক জব্দ কৰে চিবিআইয়ে ।
- বহু সংখ্যক আপত্তিজনক নথি-পত্রও জব্দ কৰে আৰক্ষীয়ে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us