Published on :
Updated on :
- ২০২১-২২ বৰ্ষৰ বাজেটে কঢ়িয়াই আনিছে সুখবৰ।
- অসমৰ সাতোৰৰ ক্ষেত্ৰখনলৈ বিশেষ ঘোষণা মন্ত্ৰী অজন্তা নেওগৰ।
- ২০২১-২২ বৰ্যৰ বাজেটত অসমৰ সকলো জিলা আৰু মহকুমা সদৰত একোটাকৈ ছুইমিং পুল নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
- আনহাতে প্ৰতিখন জিলা আৰু মহকুমা সদৰত ছুইমিং পুলৰ লগতে একোটাকৈ মিনি জিমৰ স্থাপনৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে।
- বাজেট প্ৰাস্তাৱ অনুসৰি ৰাজ্যত ১০০ টা অ'পেন এয়াৰ জিম নিৰ্মাণ কৰা হ'ব।
- ইয়াৰো পৰি গাওঁ পঞ্চায়ত, উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ত গ্ৰাম্য অলিম্পিক আয়োজন কৰিব চৰকাৰে।
Asomiya Pratidin
www.asomiyapratidin.in