Published on:
Updated on:
- দেওবাৰ অৰ্থাৎ ৬ জুনৰ পৰা ৰাজ্যত ১২ বজালৈ খোলা থাকিব সকলো বজাৰ, দোকান-পোহাৰ।
- দিনৰ ১ বজাৰ পৰা পুৱা ৫ বজালৈ কাৰ্ফিউ জাৰি থাকিব।
- দিনৰ ১ বজালৈ খাদ্য সামগ্ৰীৰ হোম ডেলিভাৰী চলাব পাৰিব।
- পুৱাই বজাৰ-সমাৰত দেখা গ'ল গ্ৰাহকৰ ভিৰ।
- কোভিডৰ সংক্ৰমণ সামান্য হ্ৰাস পোৱাৰ বাবেই ৰাজ্য চৰকাৰে লৈছে এই সিদ্ধান্ত।
- ইয়াৰ পূৰ্বে দিনৰ ১১ বজাতে ৰাজ্যত দোকান-পোহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in