এন আৰ চি সন্দৰ্ভত ওজৰ আপত্তিৰ সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে

এন আৰ চি সন্দৰ্ভত ওজৰ আপত্তিৰ সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে

author-image
asomiyapratidin
New Update
সাধাৰণ শ্ৰেণাীৰ ১০ শতাংশ সংৰক্ষণক লৈ কেন্দ্ৰক ন্যায়ালয়ৰ জাননী

ফাইল ফটো

  • এন আৰ চি সন্দৰ্ভত দাবী আৰু ওজৰ-আপত্তিৰ সময়সীমা বৃদ্ধি কৰিছে উচ্চতম ন্যায়ালয়ে।
  • পূৰ্বৰ ১৫ ডিচেম্বৰৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰা হৈছে সময়সীমা।
  • সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাইছিল অসম চৰকাৰে।
  • খিলঞ্জীয়া ৰাইজ আৰু বিভিন্ন দল-সংগঠনৰ দাবীৰ পিছতে সময়সীমা বৃদ্ধিৰ বাবে আবেদন জনাইছিল অসম চৰকাৰে।
  • এন এছ কেৰ লগতে জিলা মুখ্য কাৰ্যালয়ত আপত্তি কৰিব পাৰিব জনসাধাৰণে।
  • ১ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে পৰীক্ষণৰ দিন বৃদ্ধি কৰা হৈছে ১৫ ফেব্ৰুৱাৰীলৈ।
  • উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতে সংবাদ মাধ্যমক জনালে মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালীয়ে।‍