অসম
নাজিৰাত দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত…
- নাজিৰাৰ লিকচন গাঁৱত নৃশংস হত্যাকাণ্ড।
- দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই দিলে পুখুৰীত।
- মৃত ৩৭ বছৰীয়া লোকজনৰ নাম প্ৰাণজিৎ গগৈ।
- হত্যাৰ সময়ত ঘৰত অকলে আছিল যুৱকজন।
- ঘটনাস্থলীত নাজিৰা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।