Published on:
Updated on:
- নাজিৰাৰ আইদেউবাৰী বৰবাৰীত নৃশংস হত্যাকাণ্ড৷
- নিজ ঘৰৰ সন্মুখতে দুৰ্বৃত্তই হত্যা কৰে প্ৰভাত গগৈ নামৰ এজন লোকক৷
- শনিবাৰে নিশা ভাওনা চাবলৈ গৈছিল লোকজন।
- ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in