অসম
নাৰায়ণপুৰৰ কোৱাৰেন্টাইন চেন্টাৰত উত্তপ্ত পৰিস্থিতি…VIDEO
- লখিমপুৰৰ নাৰায়ণপুৰত কোৱাৰেন্টাইন চেন্টাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি।
- চৌদ্ধপুনিয়াস্থিত জৱাহৰ নবোদয় বিদ্যালয় কোৱাৰেন্টাইন চেন্টাৰত সংঘটিত হৈছে এই উত্তেজনাময় পৰিস্থিতি।
- কোৱাৰেন্টাইন চেন্টাৰৰ কোঠাৰ বাহিৰলৈ ওলাই আহিল অৰ্ধশতাধিক আৱাসী।
- চেন্টাৰটোৰ ভিতৰত অস্বাস্থ্যকৰ পৰিবেশৰ অভিযোগ আৱাসীৰ।
- প্ৰশাসনৰ বিষয়া-চিকিৎসকৰ লগত বাক-বিতণ্ডাত লিপ্ত হয় আৱাসীসকল।
- কোনো কাৰণত ভিতৰলৈ নোসোমোৱাৰ লগতে খাদ্য গ্ৰহণ নকৰাৰো হুংকাৰ আৱাসী সকলৰ।
- প্ৰয়োজনত আত্মহত্যাৰ কৰাৰো ভাবুকি দিয়ে আৱাসীসকলে।
- চিকিৎসকৰ দলে মুকলিতে পি পি ই কিট পেলোৱাৰো গুৰুত্বৰ অভিযোগ উত্থাপন।