নাৰায়ণপুৰত ২০ লক্ষাধিক টকাৰ গাঞ্জাসহ গ্ৰেপ্তাৰ ৭জনক

নাৰায়ণপুৰত ২০ লক্ষাধিক টকাৰ গাঞ্জাসহ গ্ৰেপ্তাৰ ৭জনক

author-image
asomiyapratidin
New Update
নাৰায়ণপুৰত ২০ লক্ষাধিক টকাৰ গাঞ্জাসহ গ্ৰেপ্তাৰ ৭জনক

  • নাৰায়ণপুৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ৭ জনক গ্ৰেপ্তাৰ।
  • ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টিপলিং উৰণীয়া সেতুৰ ওপৰত লোক কেইজনক গ্ৰেপ্তাৰ কৰে নাৰায়ণপুৰ আৰক্ষীয়ে।
  • ধৃত অপৰাধী কেইটা হ'ল- হামিদ আলী, গুৰুচৰন মণ্ডল, আম্বাছ আলী, আব্দুল ৰচিদ, টিচি টেংগ', বাবু, মঞ্জা দে'।
  • জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰপৰা আনিছিল এই বৃহৎ গাঞ্জাখিনি।
  • AS-O1-G-7111 নম্বৰৰ এখন ডাম্পাৰত আনিছিল ৭০ বস্তা গাঞ্জা।
  • গাঞ্জাখিনিৰ মূল্য প্ৰায় ২০ লক্ষাধিক টকা।
  • আটাইকেইজন অপৰাধীকে জেৰা অব্যাহত ৰাখিছে নাৰায়ণপুৰ আৰক্ষীয়ে।