অসম নাৰায়ণপুৰত পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী… নাৰায়ণপুৰত পথ দুৰ্ঘটনা, থিতাতে নিহত বাইক আৰোহী… asomiyapratidin 03 Oct 2021 23:30 IST Follow UsNew Updateপ্ৰতীকি ফটো নাৰায়ণপুৰৰ গামটৌত পথ দুৰ্ঘটনা।বাহনৰ খুন্দাত থিতাতে নিহত মটৰচাইকেল আৰোহী।নিহত মটৰচাইকেল আৰোহীজন মাঘনোৱাৰ পাপু দত্ত।দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AR 01 M 2097।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক