নলবাৰীত ভোটগণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

নলবাৰীত ভোটগণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি

author-image
asomiyapratidin
New Update
ওড়িশাৰ অসম যাত্ৰী নিবাসত আৱদ্ধ অসমৰ ৩৮ গৰাকী তীৰ্থযাত্ৰী…

  • নলবাৰীত ভোটগণনা কেন্দ্ৰত উত্তেজনা।
  • জিলা পৰিষদৰ প্ৰাৰ্থী আৰু এজেণ্টৰ বাবে সোমাবলৈ দিয়া নাই কোনো প্ৰাৰ্থীক।
  • ইয়াকে লৈ ক্ষোভ প্ৰাৰ্থী তথা সমৰ্থকৰ।
  • বিজেপি প্ৰাৰ্থীকে কেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়াৰ অভিযোগ।
  • ঠাইৰ অভাৱত প্ৰাৰ্থীক প্ৰৱেশ কৰিবলৈ দিয়া নাই বুলি জনাইছে প্ৰশাসনে।
  • ভোটগণনা কেন্দ্ৰটোত অব্যাহত আছে উত্তেজনা।