টিহুৰ বলাৎকাৰ ঘটনাৰ আন এজন অভিযুক্তক আটক

টিহুৰ বলাৎকাৰ ঘটনাৰ আন এজন অভিযুক্তক আটক
Published on
Updated on
  • ২৪ অক্টোবৰৰ নিশা টিহুৰ দলবদ্ধ বলাত্‍কাৰৰ ঘটনাৰ আন এজন অভিযুক্তক আটক।
  • বাক্সাৰ মুছলপুৰৰ গলবিলৰ পৰা আৰক্ষীয়ে আটক কৰা যুৱকজনৰ নাম কিশোৰ মোহন দাস।
  • এই যুৱকজনৰ এল্ট' বাহনত সংঘটিত হৈছিল দলবদ্ধ ধৰ্ষণ।
  • লক্ষ্মী পূজাৰ দিনা সংঘটিত হৈছিল এই জঘন্য ঘটনা।
  • মহিলাগৰাকী বজাৰলৈ যোৱাৰ সময়তে সংঘটিত কৰে এই জঘন্য ঘটনা।
  • ঘটনা সংঘটিত হোৱাৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিবাদ।
  • বলাত্কাৰ কৰি মহিলাগৰাকীক হাত-ভৰি বান্ধি কৰ্কাবাৰীৰ ফৰেষ্টত পেলাই থৈ যায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in