Published on:
Updated on:
- নলবাৰীৰ বিলপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
- নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰিল এখন দ্ৰুতবেগী স্কৰপিঅ' বাহন।
- গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ আছিল বাহনখন।
- ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নদীত বাগৰি পৰে স্কৰপিঅ' বাহনখন।
- দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় বাহনখনৰ কেইবাজনো লোক।
- আহতসকলক ভৰ্তি কৰা হৈছে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিত্সালয়ত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in