ধিক মানৱতা ! ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ গ’ল নৱজাতক…

ধিক মানৱতা ! ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ গ’ল নৱজাতক…
  • ৰাজ্যত সংঘটিত হৈছে এক জঘণ্য ঘটনা।
  • ৰাষ্ট্ৰীয় ঘাইপথত পেলাই গৈ গ'ল এটি নৱজাতক।
  • নলবাৰীৰ ঘগ্রাপাৰত ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ কৰা হৈছে এই নৱজাতকটিক।
  • ৰাষ্ট্রীয় ঘাইপথত কোনো লোকে পেলাই থৈ যায় নৱজাতকটিক।
  • নৱজাতটিক উদ্ধাৰ কৰি নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
  • ঘগ্রাপাৰ আৰক্ষীয়ে এই ক্ষেত্ৰত লৈছে তৎপৰতা।
  • নৱজাতকটিক কোনে, কি কাৰণত পেলাই থৈ গ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in