Published on :
Updated on :
- ৰাজ্যত সংঘটিত হৈছে এক জঘণ্য ঘটনা।
- ৰাষ্ট্ৰীয় ঘাইপথত পেলাই গৈ গ'ল এটি নৱজাতক।
- নলবাৰীৰ ঘগ্রাপাৰত ৰাষ্ট্রীয় ঘাইপথত উদ্ধাৰ কৰা হৈছে এই নৱজাতকটিক।
- ৰাষ্ট্রীয় ঘাইপথত কোনো লোকে পেলাই থৈ যায় নৱজাতকটিক।
- নৱজাতটিক উদ্ধাৰ কৰি নলবাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
- ঘগ্রাপাৰ আৰক্ষীয়ে এই ক্ষেত্ৰত লৈছে তৎপৰতা।
- নৱজাতকটিক কোনে, কি কাৰণত পেলাই থৈ গ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।
Asomiya Pratidin
www.asomiyapratidin.in