New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/bisesnatyhahahammarilUntitled-15.jpg)
- অৰুণাচলৰ নাহৰলগুনত দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হৈছে ভয়াৱহ ঘটনা।
- নাহৰলগুন হেলিপেড ৰোডত এখন স্ক'ৰপিঅ'ত খুন্দা মাৰিছিল এখন স্কুটীয়ে।
- সামান্যভাৱে স্ক'ৰপিঅ'খনত খুন্দা মাৰিছিল স্কুটীখনে।
- স্কুটীখনত আছিল দুজন আৰোহী।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/hvybrking222Untitled-14-1024x768.jpg)
- এই ঘটনাক কেন্দ্ৰ কৰিয়েই স্ক'ৰপিঅ'খনৰ আৰোহীয়ে বেয়াকৈ প্ৰহাৰ কৰে দুই স্কুটী আৰোহীক।
- এই প্ৰহাৰত থিতাতে নিহত হয় স্কুটীখনৰ এজন আৰোহী।
- নিহত স্কুটী আৰোহীজনৰ নাম দীনেশ সাহানী।
- দীনেশৰ ঘৰ বিশ্বনাথ চাৰিআলিৰ বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/10/hvybrking-Untitled-13-577x1024.jpg)
- দেৱেন চৌধুৰী নামৰ আনজন স্কুটী আৰোহীক সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
- এই ঘটনাৰ সৈতে জড়িত অভিযোগত আটক কৰা হৈছে দুই স্ক'ৰপিঅ' আৰোহীক।