অসম মুখ্য-পৃষ্ঠা নাহৰকটীয়াত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান নাহৰকটীয়াত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান asomiyapratidin 25 Jul 2022 23:49 IST Follow UsNew Updateনাহৰকটীয়াত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।অভিযানত নিষিদ্ধ হেৰ'ইনসহ গ্রেপ্তাৰ সৰবৰাহকাৰী।জব্দ ৬টা কণ্টেইনাৰত ৬.৭৫ গ্রাম নিষিদ্ধ হেৰ'ইন।ধৃত কুখ্যাত ড্রাগছ সৰবৰাহকাৰী অজয় বৰুৱা।নাহৰকটীয়া নগৰত চলাই আহিছিল সৰবৰাহ কৰি আহিছিল ড্রাগছ। drugs arrested assamআমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক