অবৈধ অস্ত্ৰসহ নগাঁও আৰক্ষীৰ জালত কংগ্ৰেছ নেতা…

  • নগাঁও আৰক্ষীৰ জালত অবৈধ অস্ত্ৰসহ কংগ্ৰেছ নেতা।
  • ধৃত কংগ্ৰেছীজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে .২২ এম এম এটা পিষ্টল আৰু ৩ টা গুলী।
  • মৰিকলঙৰ এম জি ৰোডৰ পৰা আটক নেতাজনক।
  • ধৃত কংগ্ৰেছী নেতাজনৰ নাম মহেন্দ্ৰ পাছিক।
  • কংগ্ৰেছৰ ৱাৰ্ড কমিছনাৰৰ প্ৰাৰ্থী আছিল মহেন্দ্ৰ পাছিক।
  • গাড়ী চুৰিৰ ব্যৱসায়ৰে জড়িত থকাৰ সন্দেহ কৰা হৈছে দৃত কংগ্ৰেছ নেতাজন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in