নগাঁৱত বিজেপিৰ আশানুৰূপ সফলতা

  • নগাঁও সদৰ সমষ্টিৰ অন্তগৰ্ত বেবেজীয়া ডিমৌ বাংথাই গাঁও পঞ্চায়তৰ সভাপতি পদ বিজেপিৰ দখলত ।
  • একেদৰে আঞ্চলিক সদস্য পদ বিজেপিৰ দখলত ।
  • ৮ টা ৱাৰ্ড মেম্বাৰো বিজেপি ৰ দখলত ।
  • জুৰীয়া জিলা পৰিষদৰ জুৰীয়া গাওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰৰ ফলাফল ঘোষণা। কংগ্ৰেছঃ ৭, অগপঃ ৩
  • চাপৰমুখ জিলা পৰিষদৰ কমাৰ গাওঁ পঞ্চায়তৰ ১, ২, ৩, ৪, ৫আৰু ১০ নং ৱাৰ্ডত বিজেপি জয়ী হোৱাৰ বিপৰীতে ৬,৭,৮,৯,নং ৱাৰ্ড ত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হয়।
  • ৪নং চাপৰমুখ জিলা পৰিষদৰ কমাৰ গাওঁ পঞ্চায়তৰ সভাপতি পদত বিজেপি দলৰ প্ৰাৰ্থী দীপজ্যোতি বৰদলৈ জয়ী।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in