কঠিয়াতলীৰ ৰেংবেঙত ভয়ংকৰ দুৰ্ঘটনা...

নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত ভয়ংকৰ দুৰ্ঘটনা। ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী ট্ৰাকৰ। দুৰ্ঘটনাত আহত চালকসহ দুজনক সংকটজনকভাৱে প্ৰেৰণ চিকিৎসালয়লৈ।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত ভয়ংকৰ দুৰ্ঘটনা
  • ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী ট্ৰাকৰ
  • দুৰ্ঘটনাত আহত চালকসহ দুজনক সংকটজনকভাৱে প্ৰেৰণ চিকিৎসালয়লৈ
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত
নগাঁও নগাঁও আৰক্ষী