New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
এই মুহূৰ্তৰ খবৰ
নগাঁৱত সভ্য সমাজক লজ্জিত কৰা ঘটনা।
জাৱৰৰ দমত উদ্ধাৰ নৱজাতকৰ মৃতদেহ।
চহৰখনৰ ২ নং মূলাপট্টীৰ ৰে'লগেটৰ সমীপৰ জাৱৰৰ দমত উদ্ধাৰ নৱজাতকতৰ মৃতদেহটো।
ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ।
Also Read: দুখীয়া বিভাগ ! গ্ৰাহকৰ ওচৰলৈ যাবলৈ ঢকুৱাখনাৰ বিদ্যুৎ বিভাগৰ নাই ধন