/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
ধিঙত ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলী।
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতে গুলীচালনা।
আঠুৰ তলত লাগে গুলিটো।
ধিং আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী আবুল হুছেইন।
আৰক্ষীৰ অভিযানত জব্দ ৯টা চাবোনৰ বাকচ ভৰ্তি নিষিদ্ধ হেৰইন ।
জব্দকৃত ড্ৰাগছ খিনিৰ বজাৰ মূল্য চাৰি লক্ষাধিক টকা।
ধৃত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোৰ ঘৰ ধিঙৰ টুকটুকীত।
টুকটুকীৰ নিজ গৃহৰ পৰাই আবুল হুছেইনে চলাই আছিল ড্ৰাগছৰ বেহা ।