New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/0e4dbbc2-a3ab-40bd-9fbd-b59a469f31e8/CRIME_09.jpg)
নগাঁৱৰ নেহৰুবালিত অঘটন।
কলেজীয়া ছাত্রীলৈ এচিড নিক্ষেপ দুৰ্বৃত্তৰ।
শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।
নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি ছাত্রীগৰাকীক।
ছাত্রীগৰাকী নগাঁও ছোৱালী মহাবিদ্যালয়ৰ HSৰ প্রথম বৰ্ষত অধ্যয়নৰত।
মহাবিদ্যালয়ৰ পৰা আহি থকা অৱস্থাতে সংঘটিত এই ঘটনা।
ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।