কঠীয়াতলীত লক্ষ্মী ফেঁচা উদ্ধাৰ

বন বিভাগৰ লোকে ফেঁচাটো উদ্ধাৰ কৰি কঠিয়াতলী বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে।

author-image
Asomiya Pratidin
New Update
কঠীয়াতলীত লক্ষ্মী ফেঁচা উদ্ধাৰ

ডিজিটেল সংবাদ,কঠীয়াতলী : নগাঁও জিলাৰ কঠীয়াতলী আঞ্চলিক বন বিভাগৰ এটি দলে কন্দলী কচুবস্তিত এটা দুস্প্ৰাপ্য প্ৰজাতিৰ লক্ষ্মী ফেঁচা উদ্ধাৰ কৰে। স্থানীয় লোকে ফেঁচাটো প্ৰতক্ষ কৰি কঠীয়াতলী বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোকে ফেঁচাটো উদ্ধাৰ কৰি কঠিয়াতলী বন বিভাগৰ কাৰ্যালয়লৈ লৈ আনে।

Advertisment

বন বিভাগৰ তত্বাৱধানত থকা দুস্প্ৰাপ্য প্ৰজাতিৰ চৰাইটো বৰ্তমান পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি আহাৰ আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে বুলি বন বিভাগৰ লোকে জানিবলৈ দিছে।

Also Read: আনন্দ মিশ্ৰৰ পদত্যাগত অনুমোদন দিয়া নাই ৰাজ্য় চৰকাৰে !

Owl assam forest department Kathiyatali