/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
dangor kotha
বটদ্ৰৱাৰ ৰামপুৰসত্ৰত জব্দ নকল টকা প্ৰস্তুত কৰা মেচিন।
জব্দ ৯১৬ গ্ৰাম ওজনৰ সোণৰ নাঁও আৰু বুজন পৰিমাণৰ নকল টকা।
আটক মহিলা সহ ছয় জনকৈ ব্যক্তি।
আটকাধীন দুজন ব্যক্তি উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।
বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত চলিছিল এই অভিযান।
Also Read: ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে অসম সাহিত্য সভাৰ বিশেষ আহ্বান...