নগাঁৱৰ মহমৰিয়াত মহিলাৰ মৃতদেহ উদ্ধাৰ

নগাঁৱৰ মহমৰিয়াত মহিলাৰ মৃতদেহ উদ্ধাৰ
  • নগাঁৱৰ মহমৰিয়াত চাঞ্চল্যকৰ ঘটনা।
  • পথাৰৰ মাজৰ বিলত উদ্ধাৰ মহিলাৰ মৃতদেহ।
  • মহিলাগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।
  • আৰক্ষী নিশ্চিত হ'ব পৰা নাই কি অৱস্থাত মৃত্যু হৈছে মহিলাগৰাকীৰ।
  • ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে আৰক্ষীয়ে।
  • উদ্ধাৰ হোৱা মৃত মহিলাগৰাকী বৰজহাৰ ৰূপা বৰা বুলি চিনাক্ত ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in