New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/nagaon-deadbodyyyyy.jpg)
- নগাঁৱৰ মহমৰিয়াত চাঞ্চল্যকৰ ঘটনা।
- পথাৰৰ মাজৰ বিলত উদ্ধাৰ মহিলাৰ মৃতদেহ।
- মহিলাগৰাকীক বলাৎকাৰ কৰি হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।
- আৰক্ষী নিশ্চিত হ'ব পৰা নাই কি অৱস্থাত মৃত্যু হৈছে মহিলাগৰাকীৰ।
- ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে আৰক্ষীয়ে।
- উদ্ধাৰ হোৱা মৃত মহিলাগৰাকী বৰজহাৰ ৰূপা বৰা বুলি চিনাক্ত ।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us