নগাঁও সদৰ TSI ৰঞ্জিৎ গগৈক ৰিজাৰ্ভ ক্ল’জ।ৰিজাৰ্ভ ক্ল’জ নগাঁও SP লীনা দলেৰ।শাস্তিমূলক ব্যৱস্থা TSI ৰঞ্জিৎ গগৈৰ বিৰুদ্ধে।গগৈৰ বিৰুদ্ধে বৰবজাৰত গুণ্ডামি কৰাৰ অভিযোগ।গগৈৰ বিৰুদ্ধে তদন্তৰ দায়িত্ব ASPHQ) ত্রিদিৱ কুমবাঙক।