Published on:
Updated on:
- নগাঁও চহৰত অঘটন।
- বিদ্যুৎ বিভাগৰ ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণ।
- বিস্ফোৰনৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড।
- জুইয়ে আৱৰি ধৰে পানীগাঁও চাৰিআলি।
- মেৰামতি নকৰা আৰু অধিক বিদ্যুৎ সৰবৰাহ কৰিব লগা হোৱাৰ বাবে বিস্ফোৰণ হোৱাৰ সন্দেহ।
- পানীগাঁও চাৰিআলিত আতংকময় পৰিৱেশ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in