অসম মুখ্য-পৃষ্ঠা নগাঁৱৰ বালক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, চাওক VIDEO নগাঁৱৰ বালক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, চাওক VIDEO asomiyapratidin 12 Dec 2018 20:33 IST Follow UsNew Updateনগাঁৱৰ বালক বিদ্যালয়ৰ ভিতৰৰ কেণ্টিনত উত্তপ্ত পৰিস্থিতি।ভোটগণনা চলি থকা সময়তে বালক বিদ্যালয়ৰ কেণ্টিনত অত্যাধিক মূল্যত খাদ্য বিক্ৰী কৰাৰ অভিযোগ।একাংশ লোকে উত্তপ্ত কৰি তোলে পৰিস্থিতি।আৰক্ষী উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিস্থিতি।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক