নগাঁৱৰ বালক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, চাওক VIDEO

নগাঁৱৰ বালক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি, চাওক VIDEO
  • নগাঁৱৰ বালক বিদ্যালয়ৰ ভিতৰৰ কেণ্টিনত উত্তপ্ত পৰিস্থিতি।
  • ভোটগণনা চলি থকা সময়তে বালক বিদ্যালয়ৰ কেণ্টিনত অত্যাধিক মূল্যত খাদ্য বিক্ৰী কৰাৰ অভিযোগ।
  • একাংশ লোকে উত্তপ্ত কৰি তোলে পৰিস্থিতি।
  • আৰক্ষী উপস্থিত হৈ নিয়ন্ত্রণ কৰে পৰিস্থিতি।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in