নগাঁৱত পোষ্টেল বেলটৰ কাম আৰম্ভ

নগাঁৱত পোষ্টেল বেলটৰ কাম আৰম্ভ

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ শেহতীয়া খবৰ

  • নগাঁও চহৰ আৰু কলিয়াবৰতো পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা আৰম্ভ।
  • নগাঁও চহৰত মুঠ ৩টা ভোটকেন্দ্ৰত আৰম্ভ ভোটগণনা।
  • কলিয়াবৰত ১টা ভোটকেন্দ্ৰত ভোটগণনা আৰম্ভ।
  • ভোটগণনা কেন্দ্ৰসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰক্ষীৰ।
  • পোষ্টেল বেলটৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।
  • মূল ভোটগণনা আৰম্ভ হ'ব কিছু সময়ৰ পাছত।
  • ইফালে, বোকাখাত, ৰঙিয়াতো আৰম্ভ হৈছে পোষ্টেল বেলটৰ ভোটগণনা।